#জুবিন দা ৰ হত্যাৰ কাৰণ ভিন্ন হব পাৰে:---- জুবিন দাক খুব #cool mind ৰে হত্যা কৰা হৈছে, যত হত্যাকাৰী সকল #direct screen ত অহা নাই।
মন কৰিব লগীয়া #কথা কিছুমান:-
১.#জুবিন দা ৰ নতুন চিনেমা এখন আহি আছে, সম্ভৱ ৯০ % কাম সমাধান হৈ গল, আৰু ১০% যি কোনো প্ৰকাৰে সমাধান কৰি, ৰিলিজ দিব পাৰিব, তাৰপিছত চিনেমা হললৈ জুবিন অনুৰাগী অসমীয়াই হেঁপাহ পলুৱাই চিনেমা চাব, কোটি টকাৰ উপাৰ্জন হব, সেই টকাৰ উপভোগ জুবিন দাই কৰিব লৈ নেপাব বা জুবিন দাই ইচ্ছামতে মানুহক দান দক্ষিণা দিবলৈ নেপাৱ।
২. #য়ট ৰ planning জুবিন দা ছিংগাপুৰ নোযোৱাৰ আগতে ৰচা হৈছে, এই ক্ষেত্ৰত শ্যাম কানু, সিদ্ধাৰ্থ,শেখৰ, সন্দীপন, আদিয়ে নজনা কথা নাই, সেইদিনা ৰাতিপুৱাই যে, সাগৰত সাঁতোৰা planning কৰিব সকলোৱে জানে। কাৰণ শ্যাম কানুয়ে নৰ্থ ইষ্ট festival organise কৰিছে, তাক নুসুধাকৈ সিদ্ধাৰ্থ ই য়ট planning নকৰে।
৩.#প্ৰবাসী অসমীয়া কেইটাই ১২/১৩ টা যি কেইটা য়ট ত আছিল, মন কৰিব সকলোৱে বগা সাজ পিন্ধিছিল, মানুহ মৰিলে হে বগা সাজ পিন্ধে। আৰু বগা সাজ যে পিন্ধিব সিহঁতি সেইটো আগতীয়াকৈ কথা পাতি লৈছে। Murder planning টোত ইহঁতু যোগ হৈ থকা নাই টো?
৪.#জুবিন দাই চিজাৰ ৰ দৰৱ লগত লৈ যোৱা নাছিল, লগত যোৱা মহন্ত বুলি কোৱা জুবিন দা ৰ সহযোগী গায়িকা জনী য়ে interview এটা ত কৈছিল, এজন মেনেজাৰ হিচাপে সিদ্ধাৰ্থ ৰ সেই খিনি কাণ্ড জ্ঞান থাকিব লাগিছিল মালিক ৰ দৰৱ বোৰ বেগত লোৱা, আৰু সময় মতে খুৱাই থাকিব লাগে, সিদ্ধাৰ্থ ই জুবিন দা ৰ দৰৱ বোৰ লগত নিছে নে নাই জুবিন দাক খবৰ নকৰিলে বা লগত লও বুলি নকলে।
৫. #ঘৰৰ মানুহেও জুবিন দাৰ চিজাৰ attack ৰ দৰৱ বোৰ কিয় লগত দি নপথিয়ালে? বা সিদ্ধাৰ্থ ক হলেও দৰৱ বোৰ লগত দি, কেনেকৈ খুৱাব লাগে কৈ নপথিয়ালে? ইমান serious patient এজনক ইমান দূৰ নিওতে।
৬.#শেখৰে পাপ লাগিব বুলি কিছু কথা কৈছে, কিন্তু বহু কথা লুকুৱাইচে, কিছু কথা কোৱাৰ কাৰণ ১৮ বছৰ মান জুবিন ৰ বাদ্য যন্ত্ৰ সংগী আছিল।
৭.#কেমেৰা সন্মুখ ভাগ যত জুবিন দা সাঁতুৰি আছে, সেই বোৰ হে video বোৰ দি আছে, কিন্তু কোনে video কৰিছে, সি video ত ওলোৱা নাই, বা সিহঁতি থকা part টো কাটি কাটি দিছে।
৮. #ছিংগাপুৰ চিভিল হস্পিটেল ৰ death report t লিখা আছে, drowning অৰ্থাৎ পানীত ডুব গৈছিল, যদি চিজাৰ attack, heart attack কিবা হল হেঁতেন, সেইটো লিখিলে হেঁতেন।
৯.#drowning অৰ্থাৎ পানীত ডুব গৈছিল, এতিয়া কিমান সময় ডুব গৈ আহিল, আধা ঘন্টা, এক ঘণ্টা, ডুব যোৱাৰ লগে লগে, সিহতি জুবিন দাক পাৰ লৈ উঠাই আনিলে নে? জুবিন দাৰ ভৰি দুখন চাই জুবিন দা বহুত সময় পানীত থকাৰ ধৰিব পাৰি।
১০. #সিদ্ধাৰ্থ আৰু সন্দ্বীপনে কিয় সাঁতোৰা নাছিল, নাওঁ লৈ দূৰ লৈ আগবাঢ়ি গৈছিল, জুবিন দা যেতিয়া খালি গাৰে পানীত নামিছিল? এজন মেনেজাৰ হিচাপে জুবিন দাক ,এইবোৰ নকৰিবলৈ বাধা দিয়া নাছিল?
১১. #শেখৰে চক্ৰ পানী পৰাশ ৰে লোৱা ইণ্টাৰ ভিও এটাত কৈছিল, সি সাতুৰিব লৈ নাজানিছিল, কিন্তু জুবিনে হে কলিকতাত থাকোঁতে সাতুৰিব লৈ শিকাইছিল ১০/১২ বছৰ আগতেই। কিন্তু শেখৰে সাগৰত সাঁতুৰি থাকোঁতে জুবিন দাক ইটো পাৰ লৈ যাও বুলি লগ ধৰাৰ আগতে কৈছিল, #মই জুবিন দা কো সাতুৰিব লৈ শিকাইছো, সিদ্ধাৰ্থ কো মইয়ে সাতোৰা শিকোৱা.#
১২. #শেখৰে সাগৰৰ পাৰত পুলিচ ,ambulence আহিছিল কৈছে, কিন্তু এম্বুলেন্স দেখিছোঁ ফটো ত, পুলিচ কত?
১৩. #সিদ্ধাৰ্থ ই জুবিন দা ৰ মোবাইল টো কিয় লৈ ললে? ছিংগাপুৰ পুলিচ ৰ হাতত গতাই দিব লাগিছিল, সি যদি নিৰ্দোষী আছিল।
১৪. #সিদ্ধাৰ্থ পলাই কিয় আছে? সি গৰিমা বৌক যোগাযোগ কৰিব বিচাৰিছে নেকি বাচিব লৈ? ফোন call trace কৰিলে উলাই যাব, ফোন নম্বৰ কেইটা দিওঁ trace কৰিব পাৰিব পুলিচে।
১৫. #জুবিন দাই , অত বছৰৰ আৰ্জন, সিদ্ধাৰ্থৰ পৰা জানিব বিচাৰিছিল নেকি যে তাৰ income বোৰ কত গল বা পইচা বোৰ কি হল? যিহেতু জুবিন দাক মাত্ৰ ৫/১০ হেজাৰ হে দিয়ে বুলি শুনিছো , আৰু সেইটো ও জুবিন দাই, বিপদ হোৱা বোৰক দি দিয়ে।
১৬.#জুবিন দা ৰ লগত securty হিচাপে bouncer দুজন মান কিয় লৈ নগল? কাৰণ তাতো প্ৰগাম হব, অনুৰাগী কিছুমান ষ্টেজ ৰ উপৰত উঠি আহিব পাৰে।
১৭. #জুবিন দা ৰ মেডিকেল যি খিনি guide line আছিল কিয় সেই খিনি শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ, সন্দ্বীপনে follow নকৰিলে, একেবাৰে মাজ সাগৰত নি জুবিন দাক মেলি দিলে।
১৮. #১৮ তাৰিখে ৰাতি ৩ বজালৈ পাৰ্টি নামত মদ খুৱাই জুবিন দাক ৰাতিপুৱা অলপো শুব লৈ নিদি, আকৌ কিয় য়ট planning কৰিলে।
১৯.জুবিন দাক মদ আৰু মাংস দিছিল খাবলৈ, সাঁতোৰ আগতে।
২০.য়ট ত থকা প্ৰবাসী অসমীয়া কেইটা ৰ মাত কথা বোৰ কিবা অসভ্য লাগিল, ইয়াক তাত যাব দে, ইয়াক সাতুৰিব দে, বে বে ...হাঁহি খিকিন্দালি, মানে জুবিন দাৰ প্ৰতি কাৰোৱে মৰম, ভক্তি বা সন্মান একো নাই প্ৰবাসী কেইটাৰো।
মুঠতে খুব শীতল মস্তিষ্কৰে জুবিন দাৰ মৃত্যু ঘটালে । সাপো নমৰিব লাঠি ও নিছিগিব মানে সিহঁত বাচি যাম ভাবিলে...কাৰণ টো পানী.... সাগৰৰ পানী।
জুবিন দাই ন্যায় পাওক, দোষী য়ে শাস্তি পাওঁক, জয় জুবিন দা জয়।
সংগৃহীত (Ankita Bora Boruah )
#justiceforzubeenda
#highlightseveryonefollowers2025
#highlight
#hilights
#hilightseveryonefollowers
#allfollowers
#nonfollowersviewers
#nonfollowersviewerseveryone