#Caffeine চাহ বা কফিত থাকে, আৰু যদি বেছি পৰিমাণে চাহ বা কফি খোৱা হয়, ই স্বাস্থ্যৰ বাবে ক্ষতি কাৰক হৈ পৰে । জুবিন দাক beer ত বেছি পৰিমাণে caffeine ( সৰু সৰু caffeine গুটি নতুবা caffeine ৰ পাউদাৰ) মিহলি কৰি দিয়া হৈছিল gin cocktail ৰ সৈতে বুলি কোৱা হৈছে, gin cocktail হৈচে এবিধ ভতকা/ মদেই হয় চদা মিহলি হৈ থাকে।
আৰু #এনেদৰে মিহলি কৰি খোৱা টো স্বাস্থ্য ৰ কাৰণে বহুতো ক্ষতিকাৰক হয়, caffeine মিহলি মদ বা beer বেছি খালে, খোৱা মানুহ জন ৰ হঠাতে প্ৰেচাৰ বাঢ়ি যাব পাৰে, মূৰৰ বিষ, পেট চলা ডায়েৰিয়া হব পাৰে, কথা পাহৰি থকা, একো এটা decision লব নোৱাৰা অৱস্থা, হাৰ্ট বিট বাঢ়ি যায়, ষ্ট্ৰোক হোৱাৰ chance থাকে, মানে nervous system টো বেয়া কৰি দিয়ে।
#সিদ্ধাৰ্থৰ লগতে য়ট ত থকা প্ৰবাসী কেইটাই জুবিন দা ৰ এই সমস্যা খিনি হওঁক বুলিয়েই , caffeine মিহলি gin cocktail (beer) খাবলৈ দিছিল জুবিন দাক। মুঠতে ১২ ঘণ্টাত তিনি বাৰ তেনে beer দিছে বুলি কৈছে তাৰ মানে ৰাতিৰ সেই পাৰ্টি টো ৰ পৰা য়টত গৈ সাগৰত সাঁতোৰা লৈকে তিনি বাৰ caffeine মিহলি gin cocktail খাবলৈ দিছিল জুবিন দাক।
সিদ্ধাৰ্থ ৰ এই পৰিকল্পনা টো এদিনৰ নহয় সম্ভৱ, বহুত আগতেই এই কামটো কৰিম বুলি ভাবি থৈছিল, সেইকাৰণে বিষাক্ত beer যা যোগাৰ কৰি লৈ গৈছিল ছিংগাপুৰ লৈ।
আৰু #সেইকাৰণে কিজানি জুবিন দাই, পানীত সাঁতুৰি থাকোঁতে, নিজৰ কি হৈছে একো গম পোৱা নাছিল, একো যেনিবা decision লব পৰা নাছিল তেনে দেখিছিল আনকি কাৰোবাক চিঞৰি ও যে মোৰ গা টো বেয়া লাগিছে, পানীৰ পৰা উঠো বুলি কবলৈও নোৱাৰিছিল।
#এনেবোৰ কাৰণতে ২০১০ চনত আমেৰিকা ত caffeine মিহলি gin cocktail (beer) একেবাৰে band (বন্ধ) কৰি দিয়া হৈছে।
#যিটো বস্তু অইন দেশত বেণ্ড কৰি দিয়া হৈছে, তেনে এটা অখাদ্য (বিষ) বস্তু প্ৰস্তুত কৰি জুবিন দাক খাবলৈ দিয়া হৈছিল। সিদ্ধাৰ্থ ৰ উদ্দেশ্য মুঠতে যি কোনো প্ৰকাৰে জুবিন দা মৃত্যু মুখত পৰিব লাগে, নহলে আগ দিনা ৰাতি পাৰ্টি ৰ পৰা সাগৰত সাঁতুৰা লৈকে, তিনি বাৰ caffeine মিহলি beer জুবিন দাক কেতিয়াও নিদিয়ে।
এইবোৰ কথা শেখৰেও জানিছিল কিজানি, সি মনে মনে সিদ্ধাৰ্থ ক চাপৰ্ট কৰি গল। সিদ্ধাৰ্থ ই কিজানি টকা ৰ বলত য়ট ত থকা সকলোকে কিনি লৈছিল, নহলে নো জুবিন দাই যেতিয়া কাহি আছিল, আইয়াহ বুলি কৈছিল, আৰু মুখৰ পৰা ও আ বুলি কষ্টৰ মাত দি আছিল, কোনোৱে কিয় গুৰুত্ব নিদিব? মুখৰ পৰা যেতিয়া বমি হৈছিল, কোনোৱে একো গুৰুত্ব ই নিদিলে আনকি video বনাই থকা অমৃত প্ৰভা, জয়শ্ৰী বা মতা মানুহ যি video কৰি ছিল কোনোৱে গুৰুত্ব নিদিলে। জুবিন দা ৰ খুৰাকৰ লৰা সন্দীপনো জুবিন দাক কোনো গুৰুত্ব ই নিদিলে।
Pre planned murder বুলি ধৰিব ই পাৰি।
সিহঁতি ইচ্ছা কৰা হলে জুবিন দাক বচাব পাৰিলে হেঁতেন, কিন্তু সিহঁতৰ উদ্দেশ্যই আছিল জুবিন দাক যি কোনো প্ৰকাৰে মৃত্যু মুখলৈ থেলি দিয়া। সেইকাৰণে সাতোৰুতেও, সৱে জুবিন দা ৰ পৰা আঁতৰি আঁতৰি আছিল।
আৰু শ্যাম কানুৰ সহযোগত হে সাগৰত য়ট পাৰ্টি কৰিব লৈ গৈছিল, তাকো শ্মশান দ্বীপ এটা ৰ কাষত যত নেকি Covid ত মৃত্যু হোৱা লোকক কবৰ দিয়া হৈছিল, ভিন্ন সময়ত কলেৰা, কুষ্ঠ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক কবৰ দিয়া হয়, যিটো দ্বীপ কোৱাৰাইন্তাইন হিচাপে কলেৰা, কুষ্ঠ ৰোগীক ৰখা হয় আৰু , কুবিধ ৰোগীক সকলক ৰখা হৈছিল আৰু মৃত্যু হোৱাৰ পিছত তাতে কবৰ দিয়া হৈছিল। আৰু এই সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, প্ৰবাসী কেইটাই তেনে এটা জেগাহে বিচাৰি লৈছিল আৰু , আমাৰ হিয়াৰ আমুঠু জনক নি মাৰি পেলালে।
ইঁহতক কাঢ়া শাস্তি দিয়া টো আশা কৰোঁ।
Written by Mousumi Laluari
Advocate, Dibrugarh,
(যদি ভাল লাগে share কৰি দিব,
Copy যাতে নকৰে কোনোৱে)
No comments:
Post a Comment