এইকেইদিন হিন্দু,মুছলিম,খ্ৰীষ্টান,জৈন,আহোম,কছাৰী,মৰাণ-মটক,বামুন,কোচ-কলিতা কোনো নাছিল অসমত।নাছিল কোনো ধনী-দুখীয়া কিম্বা ৰজা-মহাৰজা।সমগ্ৰ অসমত অসমীয়াই আছিল।এই একতা আৰু সমতাকে জুবিন দাই সদায় বিচাৰিছিল।গতিকে আমি সকলোৱেই অসমৰ স্বাৰ্থত সম্পীতিৰে আগুৱাই গলেহে জুবিন দাৰ আত্মায়ো শান্তি লভিব।মনত ৰখা উচিত যে সংস্কৃতি সুন্দৰ কৰি একতা স্থাপন কৰে আৰু ৰাজনীতিয়ে সদায় একতা বিনষ্ট কৰি নিজৰ মুনাফা লাভৰ যত্ন কৰে।
Tuesday, September 23, 2025
Subscribe to:
Post Comments (Atom)
দেউতাৰ দৰে হোৱা হলে........
জুবিন গাৰ্গ বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ। কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...
-
জুবিন গাৰ্গ বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ। কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...
-
জুবিন দা'ই ১৯৯৫ চনত এখন #জিপছী গাড়ী কিনিছিল। গাড়ীখনৰ নম্বৰ আছিল 9999। সপ্তম শ্ৰেণীৰ অৰ্ধ-বাৰ্ষিক পৰীক্ষা তেওঁ কৰিমগঞ্জত বঙালী মাধ্যমত ...
-
জুবিন কথা ৩ ( পৰেশ বৰুৱা , ধেমাজিৰ প্ৰসংগঃ আৰু জুবিন দাৰ গালি ) অসমীয়া সংগীতৰ এজন বৰণ্যে গায়ক, সুৰকাৰ আৰু গীতিকাৰ জয়ন্ত হাজৰিকা লৈ সন্মা...
No comments:
Post a Comment