Tuesday, September 23, 2025

জুবিন দাক মুখাগ্নি মুঠ চাৰিজনে ব্যক্তিয়ে কৰিছে

 জুবিন দাক মুখাগ্নি মুঠ চাৰিজনে ব্যক্তিয়ে কৰিছে। 

১.ভনীয়েক পামী বৰঠাকুৰ।

২.ভায়েক ঋতু প্ৰয়াগ গাৰ্গ (খুৰাকৰ পুত্ৰ)

৩.ৰাহুল গৌতম শৰ্মা,আৰু

৪.অৰুণ গাৰ্গ।।

এই অৰুণ গাৰ্গ কোন জানেনে ???

দৌলবাগান শিৱসাগৰৰ এজন আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰা ৷ গুৱাহাটীলৈ আহি  জুবিনদাৰ পৰিয়ালত এজন কৰ্মচাৰী হিচাপে আহিছিল ৷ আৰু জুবিনদাৰ পৰিয়ালৰ সদস্য হৈ পৰিল, সি জুবিন দা আৰু গৰিমা বৌ হতৰ লগত কাহিলীপাৰাতে থাকে ৷ জুবিন দাই তাক উপাধি দিলে গাৰ্গ ৷ সি হলগৈ অৰুণ গাৰ্গ। 

আজি জুবিনদাক সি মুখাগ্নি কৰিছে ৷

যোৱা দুদিন সৰুসজাইত জুবিন দাৰ গ্লাচৰ কফিন দিন ৰাতি মচি থকা লৰাটো আছিল সি।।

Arun Garg ভাই সঁচাকৈয়ে তুমি বৰ ভাগ্যৱান। জুবিন দাৰ শেষ মূহুৰ্তলৈকে সেৱা কৰিব পালা। 

#ZubeenGarg #zubeengargfanclub #ArunGarg


@copy 🙏🙏🙏

No comments:

Post a Comment

দেউতাৰ দৰে হোৱা হলে........

                                                  জুবিন গাৰ্গ  বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হবলৈ।  কিন্তু হব নোৱাৰিলোঁ মুঠেও.... মোৰ দেউতা স...