#জুবিন দাৰ আঙুঠিটোৰ বিষয়ে ফেচবুকত পালো❤️সকলোৱে জানিব কাৰনে আগবঢ়াই দিলো🙏
জুবিন দাৰ হাতৰ আঙঠিটো 14th century ৰ ইজিপ্তৰ পৰাক্রমি সম্লাট কিং ফাৰাও টুটেনখামেনৰ মুখাবয়ৰ | আঙুঠিটোৰ ওজন 9 গ্রাম | টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি বা জুয়েলাৰী পূর্ণজন্ম (Rebirth ) আৰু Self Determination ৰ প্রতীক Egyptian Mythology ৰ মতে | টুটেনখামনৰ ওপৰতে হলিউডৰ বিখ্যাত দ্যা মামী চিনেমাখন বনাইছিল | টুটেনখামনৰ জন্ম 1341 BC ত হৈছিল (1+3+4+1=9) টুটেনখামন মাত্র 9 বছৰ বয়সতে সম্রাট হৈছিল আৰু মাত্র 18 নে 19 (Not confirmed) বছৰ বয়সত শক্রুয়ে হত্যা কৰিছিল যিটো এতিয়াও ৰহস্যজনক (mysterious death ) কিছুমান তথ্য মতে খাদ্যত বিষ মিহলাই হত্যা কৰিছিল , কিছুমান মতে মেলেৰিয়া নতুবা বিষাক্ত কীটৰ দংশন নতুবা হাড়ৰ ৰোগ ( bone deforemation)ৰোগত! তেওঁৰ কোনো সন্তান নাছিল | ফলত সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈ গৈছিল | তেওঁৰ ৰাজত্ব কালত টুটেনখামনক সূৰ্য্যৰ পুত্র বুলি কোৱা হৈছিল | ইজিপ্তত সোণ আরিষ্কার সেই সময়তে হৈছিল | সেই সোণৰ বাবেই শত্রুৱে প্রথমে পিতৃক পিছত টুটেনখামনক হত্যা কৰিছিল | তেওঁৰ মৃতদেহ মামীকৃত কৰা হৈছিল | তেওঁৰ কবৰত 5000 বিভিন্ন সোণৰ সামগ্রী তথা ৰত্নৰ ভাণ্ডাৰ পোৱা গৈছে খননৰ সময়ত | টুটেনখামনে শাও দিছিল যে যিয়ে তেওঁৰ ৰত্নভাণ্ডাৰত হাত দিব তেওঁৰ অচিন কাৰণত মৃত্যু হব | সেই অভিশপ্ত কবৰৰ 1922 চনৰ খননত যি শ্রমিক নিযোজিত হৈছিল বেছিভাগৰে অচিন ৰোগত মৃত্যু হৈছিল | প্রচলিত ধাৰণা মতে এয়া অভিশাপ চিৰকালৰ | ইজিপ্তত মিউজিয়ামত কিছুমান স্বর্ণ সামগ্রী সংৰক্ষিত কৰা হৈছে |
জুবিন দাৰ আঙুঠিটো google ত search কৰোতে তথ্যখিনি পাই পঢ়ি শিহৰিত হৈ পৰিলো |
#everyoneシ゚
ফেচবুকৰ পৰা সংগ্ৰহ কৰা
No comments:
Post a Comment