Wednesday, September 24, 2025

Rimpy Gogoi FB wall

 #মন_দি_পঢ়িব - মেনেজাৰ অনাঅসমীয়া সিদ্ধাৰ্থ শৰ্মাৰ অংকতো বুজি পাব।


জুবিনক তহঁতে কিমান জান ! এইবুলি কথাই কথাই দম্ভালি মৰা সিদ্ধাৰ্থ শৰ্মাই হয়টো নাজানে জুবিন দাৰ সৰল মনটো নুবুজা, নজনা মানুহ নোলাব। জুবিন দাৰ হাতত পইচা একেবাৰে নাথাকে, প্ৰয়োজন হ'লে তেওঁ লগত থকা কাৰোবাৰ পৰা, ড্ৰাইভাৰ, ছিকিউৰিটি গাৰ্ডৰ পৰা পইচা লয়, এই কথাতো বহুবাৰ তেওঁ কৈছে। আনকি তেওঁৰ অনলাইন পেইমেন্টৰ ব্যৱস্থা যেনে গুগল পে', ফোন পে' ইত্যাদিও নাই। 


ব'হাগ বিহুৰ সময়ত জুবিন গাৰ্গে অতি কমেও মাহটোত ৩৫-৪০ খন অনুষ্ঠান কৰে। সকলো অনুষ্ঠানৰ দৰ-দাম কৰে সিদ্ধাৰ্থই। গোটেই মাহটোত উপাৰ্জন হয় কোটী টকা, তাৰ হিচাপ জুবিনে লয় জানো! দিয়া হয়নে? বিজ্ঞাপন, প্ৰমোচন, প্ৰতিষ্ঠান উন্মোচন সেইবোৰ সকলো দৰ-দাম কৰে সিদ্ধাৰ্থ শৰ্মাই। ৰেকৰ্ডিঙ, ছচিয়েল মিডিয়া ৰেভিনিউ এইবোৰতো আছেই। 

নামী দামী ৰেষ্ট্ৰোৰাত খোৱাৰ অভ্যাসতকৈ সৰু সৰু হোটেল, পদপথত খাই ভাল পোৱা মানুহজন জুবিন।


দাদাই শেহতীয়াকৈ Range Rover খন যে লৈছিল তেতিয়া মানুহে ভাল পাইছিল, অন্তত দাদাই নিজৰ কাৰনে কিবা এটা লৈছে, বিহু অনুষ্ঠান কৰি পোৱা পইচাৰে। কিন্তু তাতো হেনো ৮০ লাখ টকা ধাৰ। ইমান দুখীয়া নে দাদা?


মিছন চাইনাৰ সময়ৰ কথা মনত আছেনে, বাজেট আছিল ২ কোটী। দাদাই কৈছিল চিনেমাখন বনোৱাৰ সময়ত টকাৰ অভাৱৰ কাৰনে মুম্বাইৰ ফ্লেটটো বিক্ৰী কৰিব বিচৰাৰ কথা।


দাদাই ঘৰ কিনিব খুজিও কিনিব নোৱাৰে ( মেছেজত ওলোৱা কথা)। তেন্তে দাদাই ওৰে নিশা গান গাই কষ্টৰে ঘটা টকাবোৰ যায় ক'লৈ ?? এই অনাঅসমীয়া মেনেজাৰটোৰ পকেটলৈ! কেৱল এয়াই নহয়, এইখিনি কথা নোলাবৰ কাৰণে জুবিন দাৰ আশে পাশে থকা বহু মানুহক মেনেজ কৰি থৈছিল সিদ্ধাৰ্থ শৰ্মাই।


কালি দুপৰীয়াৰ ভাগত আমি কেইজনমানে কথাখিনি আলোচনা কৰিছিলোহে আবেলিলৈ স্ক্ৰীণশ্বট ওলালেই, আৰু ওলাব অলপ অপেক্ষা কৰক।


এজন মেনেজাৰৰ বাবে ১৫ কোটিটকীয়া বিলাসী হোটেল, ৩ কোটীৰ বটলিং প্লান্ট, মিউজিক মেনেজমেন্ট অফিচ, গুৱাহাটীত কেইবাটাও ফ্লেট লোৱাতো সম্ভৱনে ?? উত্তৰ আমি পাইছোৱেই সেয়া কাৰ টকা আছিল। এতিয়া মাথো তদন্ত লাগে।

#সংগ্ৰহ 


#wewantjustice

Copied

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...